Year: 2023

বোকাখাতত ট্ৰাক-ডি আই বাহনৰ মুখামুখি সংঘৰ্ষ; সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ

বোকাখাতত ট্ৰাক-ডি আই বাহনৰ মুখামুখি সংঘৰ্ষ; সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ

বোকাখাতৰ লতাবাৰীত নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা। ট্ৰাক আৰু ডি আই বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ। গুৰুতৰভাৱে আহত হয় ২জনকৈ লোক। নিহত উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ নিৰ্মল কুমাৰ।

পৃথক বৰাকৰ দাবী বাঙালী সংগঠনৰ

পৃথক বৰাকৰ দাবী বাঙালী সংগঠনৰ

পৃথক বৰাকৰ দাবী বাঙালী সংগঠনৰ, বাঙালী নেতাক সকীয়নি AJYCPৰ। আজি বৰাক বন্ধৰ আহ্বান বাঙালী সংগঠনৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ। বৰাক বন্ধ সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব আৰক্ষীয়ে। সোমবাৰে ফ্লেগ

জনপ্ৰিয় ইউটিউবাৰ দেৱৰাজ পেটেলৰ পথ দুৰ্ঘটনাত মৃত্যু

জনপ্ৰিয় ইউটিউবাৰ দেৱৰাজ পেটেলৰ পথ দুৰ্ঘটনাত মৃত্যু

ছত্তীশগড়ৰ বিখ্যাত ইউটিউবাৰ তথা কৌতুক অভিনেতাজনে ৰায়পুৰত এটা ভিডিঅ’ শ্বুট কৰিবলৈ গৈছিল। তথ্য অনুসৰি, সোমবাৰে আবেলি প্ৰায় ৩ বাজি ৩০ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত পেটেলে পিলিয়নত যাত্ৰা কৰি

কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

চিৰাঙৰ কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বাপন বৰ্মন, গোলাপ চক্ৰৱৰ্তী। বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।