বিখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনে এবাৰ কৈছিল, “স্কুলত পঢ়াশুনা কৰিলেই জ্ঞান অর্জন কৰা নাযায়, আজীৱন প্রচেষ্টাৰেহে সেয়া লাভ কৰিব পাৰি”। আচলতে আইনষ্টাইনে স্কুলত পঢ়াৰ বিৰোধিতা কৰি সেই কথা কোৱা নাছিল। পঢ়ুৱৈৰ
Year: 2023
আজিকালি প্ৰায়ভাগেই কম-বেছি পৰিমাণে এচিডিটিৰ সমস্যাত ভোগে৷ ফলত এই সমস্যাৰ পৰা সকাহ পাবলৈ মুঠিয়ে মুঠিয়ে দৰব খাবলগীয়া হয়৷ কেতিয়াবা কেতিয়াবা দৰৱ খায়ো এচিডিটিৰ পৰা পৰিত্ৰাণ পাব পৰা নাযায়৷ সেয়ে কিবা
বহুতো মাকে কণমানি শিশুটিৰ মন ভুলাবলৈ নিজৰ গহনা, কিছুমান প্রসাধন সামগ্ৰী সিঁহতৰ হাতত তুলি দিয়ে। কণমানিবোৰেও এইবোৰ খুব পছন্দ কৰে। কিন্তু সমস্যা হয় তেতিয়াহে, যেতিয়া শিশুটি লাহে লাহে প্রসাধনৰ প্রতি
চকুৰ দৃষ্টি শক্তি বিভিন্ন কাৰণত হ্ৰাস পাব পাৰে৷ সময়মতে চকুৰ যতন নল’লে কেতিয়াবা একেবাৰে দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰো আশংকা থাকে৷ বিভিন্ন ৰোগ যেনে চকুত ছানি পৰা, ডায়েবেটিছ, গ্ল’ক’মা আদিৰ বাবে
আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিভিন্ন শাৰীৰিক ব্যাধিৰ ভিতৰত মেদবহুলতা, শৰীৰৰ ওজনৰ ভাৰসাম্যহীনতা আদিও উল্লেখনীয়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰতিদিনে কেইটামান বিশেষ কৌশল অৱলম্বন কৰিব পাৰে৷ ইয়াৰ ভিতৰত