টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ টীয়কবাসীৰ বাবে সুখবৰ।কালিৰ পৰা টীয়কত আৰম্ভ হৈছে কড়ক চাহ নামৰ এখন চাহৰ অত্যাধিক দোকান।হয় যি সময়ত চাকৰি বিচাৰি একাংশ যুৱকে বৰ্হি ৰাজ্যত হাবাথুৰি খাই ফুৰিছে
Year: 2023
টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি মৌজা আৰূ চেলেংহাট আঞ্চলিক ছাত্ৰ
ন-মাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান । দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিত পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ , বৃক্ষৰোপনৰ পিছতে ৫১ খনি পতাকা উত্তোলনৰ পাতনি মেলে
সমগ্ৰ অসমৰ লগতে নাজিৰা শিমলুগুৰিত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে ১০ঘণ্টীয়া অনশন কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।
অতীতৰ পৰাই মনুষ্যই বিশ্বাস অনুযায়ী সমাজৰ মংগলৰ হকে কৰি অহা বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাই যেন এতিয়াওঁ একে আছে | ভাৰতবৰ্ষৰ তেলেংগু সম্প্ৰদায়ৰ লোক সকলে অতীতৰ পৰাই তেওঁলোকৰ দেৱী শ্ৰী শ্ৰী সিন্দ