এটা আমৰ বজাৰ মূল্য কিমান হব পাৰে আপুনি ধাৰণা কৰিব পাৰেনে? দেখাত সাধাৰণ আম যেন লাগিলেও এই আমৰ বজাৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব। হয় ঠিকেই ধৰিছে। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অক্সিগুড়ি গাওঁৰ নিবাসী ম: শাফিনুৰুল মিয়া নিজ গৃহ প্ৰাংগণত বিভিন্ন দেশৰ প্ৰায় ১৫০ টা প্ৰজাতিৰ আমৰ পুলি ৰোপণ
Year: 2023
অহা ৩০ দিনৰ ভিতৰত অসমৰ পৰা উৎখাত কৰা হ’ব নকল সোণৰ ব্যৱসায় বৰ্তমানলৈকে নকল সোণৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ৭১জন কোনো বিষয়া দোষী প্ৰমাণিত হ’লে লোৱা হ’ব ব্যৱস্থা
লীনা দলেক হাইলাকান্দিলৈ বদলি হাইলাকান্দিৰ নতুন আৰক্ষী অধীক্ষক লীনা দলে
লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলি বেদান্ত মাধৱ ৰাজখোৱাক ক্ৰীড়া বিভাগৰ AIG ৰূপে বদলি
লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ। নগাঁৱৰ নতুন SP নৱনীত মহন্ত। নগাঁৱৰ SP লীনা দলে আৰু লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাক তাতক্ষণিকভাৱে কৰা হৈছিল বদলি। হাইলাকান্দিলৈ বদলি লীনা দলেক। বেদান্ত ৰাজখোৱাক ক্ৰীড়া বিভাগৰ AIGৰ দায়িত্ব।