Year: 2023

মহ খেদা কইলৰ ধোঁৱা ১০০ টা চিগাৰেটতকৈ বেছি বিপদজনক! হ’ব পাৰে এই গুৰুতৰ ৰোগ

মহ খেদা কইলৰ ধোঁৱা ১০০ টা চিগাৰেটতকৈ বেছি বিপদজনক! হ’ব পাৰে এই গুৰুতৰ ৰোগ

গ্ৰীষ্ম অহাৰ লগে লগে ঘৰবোৰত মহৰ প্ৰকোপ বৃদ্ধি পায়। আমি যিমানেই খিৰিকী-দুৱাৰ বন্ধ কৰি নাৰাখোঁ কিয়, কিন্তু তথাপিও মহে ঘৰবোৰত সোমাই, কামুৰি মানুহৰ জীৱন অশান্তিকৰ কৰি তোলে। কিছুমানে ইয়াৰ পৰা