Year: 2023

জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা

জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ।বৰ্তমান সময়ত শৃংখল চলিহাক গৃহবন্দী কৰি ৰখা হৈছে। এজেৱা চিপিৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰা ঠিকাদাৰ

যৌতুকৰ বাবে বোৱাৰীক অমানুষিক অত্যাচাৰৰ অভিযোগ…

যৌতুকৰ বাবে বোৱাৰীক অমানুষিক অত্যাচাৰৰ অভিযোগ…

চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বৰ্তমানেও বহু নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে । যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী জীয়াৰীক স্বামীৰ পৰিয়ালে

পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ…

পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ…

চোৰে বিভিন্ন সময়ত চুৰ কৰিবলৈ বিভিন্ন পন্থা হাতত লয় । যিবোৰে কাণ্ডই হততে ৰাইজক হাঁহিৰ উপৰিও চিন্তা খোৰাক জোগাই । কেতিয়াবা যদি চোৰে চুৰি কৰি ৰান্ধি বাঢি খাই যোৱা খবৰ

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত…

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত…

চতিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন ৷ নিহত লোকজন চতিয়াৰ বোকাবিলৰ চবিলাল চুব্বা বুলি জানিব পৰা গৈছে ৷ আনখন বাইকৰ চালকজনো আহত হৈছে দুৰ্ঘটনাটোত ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ মুম্বাইৰ ভাইল পাৰ্লেত অনুষ্ঠিত ‘মন কী বাত’ৰ ১০০ সংখ্যক শ্ব’ত অংশগ্ৰহণ কৰিব। কান্দিৱলীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে। বুধবাৰে কেন্দ্ৰীয়