Year: 2023

একাদশী, সূৰ্যগ্ৰহণ আৰু এইকেইটা দিনত কেতিয়াও তুলসী গছ ৰোপণ নকৰিব

একাদশী, সূৰ্যগ্ৰহণ আৰু এইকেইটা দিনত কেতিয়াও তুলসী গছ ৰোপণ নকৰিব

কোৱা হয় যে যি ঘৰত সেউজীয়া তুলসী গছ আছে, দেৱী লক্ষ্মীৰ আশীৰ্বাদ তাতেই থাকে আৰু এনে ঘৰত সদায় সুখ আৰু সমৃদ্ধি বাস কৰে। এই উদ্ভিদৰ হিন্দু ধৰ্মত যথেষ্ট গুৰুত্ব আছে। হিন্দু ধৰ্মৰ লগত জড়িত বহুতো গ্ৰন্থ আৰু পুৰাণতো তুলসী উদ্ভিদৰ গুৰুত্বৰ বৰ্ণনা পোৱা গৈছে। হিন্দু ধৰ্মত তুলসী উদ্ভিদ লক্ষ্মী দেৱীৰ

শ্ৰীনিবাসৰ ঘৰত আৰক্ষীয়ে আঁৰিলে জাননী, ২ ম’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাননীত

শ্ৰীনিবাসৰ ঘৰত আৰক্ষীয়ে আঁৰিলে জাননী, ২ ম’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাননীত

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ তুলি টুইট কৰাৰ লগে লগে কংগ্ৰেছৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত অংকিতা দত্তই এক গোচৰো ৰুজু কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে শনিবাৰে মহানগৰ আৰক্ষীৰ এটা দল ৰাওনা হৈছিল কৰ্ণাটকলৈ ৷ দেওবাৰে পুৱাই

ৰঙিয়াত মর্মান্তিক দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

ৰঙিয়াত মর্মান্তিক দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

ৰঙিয়াৰ ভাতকুছিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন। দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা। নিহত শিৱপ্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা। নিহত চন্দ্ৰমা বৰুৱা আছিল নৱ-বিবাহিতা। আহত এটি শিশুসহ চাৰিগৰাকী লোক। মঙলদৈৰ পৰা বৰপেটালৈ যোৱাৰ পথত দুৰ্ঘটনা।

নগাঁৱৰ ৰহাৰ বিশিষ্ট শিক্ষাবিদ-সমাজ সংগঠক হিৰণ্য নাৰায়ণ বৰাৰ পৰলোক

নগাঁৱৰ ৰহাৰ বিশিষ্ট শিক্ষাবিদ-সমাজ সংগঠক হিৰণ্য নাৰায়ণ বৰাৰ পৰলোক

নিউজ ব্যুৰ’,নগাঁও,২২এপ্ৰিল:–বৃহত্তৰ ৰহাৰ মহীৰূহ সদৃশ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী,সমাজ সংগঠক,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিৰণ্য নাৰায়ণ বৰা (৮৭)ৰ শুকুৰবাৰে নিশা গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰহাত গভীৰ শোকৰ ছাঁ পৰে । মৃতদেহ ৰহাৰ বাসগৃহলৈ অনাৰ

ডায়েবেটিচ বা মধুমেহ ৰোগীসকলে প্ৰতিদিনে পালন কৰক এই নিয়ম…

ডায়েবেটিচ বা মধুমেহ ৰোগীসকলে প্ৰতিদিনে পালন কৰক এই নিয়ম…

যদি ডায়েবেটিচ আছে শৰ্কৰাৰ স্তৰ বৃদ্ধি প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় । উচ্চ শৰ্কৰাৰ স্তৰ ডায়েবেটিচ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে। ( Assamese Health Tips ) আজি বিশ্বৰ লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছে। এবাৰ ডায়েবেটিচ হোৱাৰ পিছত, ইয়াক সম্পূৰ্ণৰূপে আৰোগ্য কৰা কঠিন হৈ পৰে। তেজত গ্লুকোজৰ স্তৰ