সূৰ্য-বুধৰ মহামিলন, এবছৰৰ ভিতৰত কোটিপতি হ’ব এই ৩ ৰাশিৰ লোক, পাহৰি যাব অভাৱৰ কথা

1 min read

জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰত্যেক গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তন জীৱনৰ ওপৰত প্ৰভাব বিস্তাৰ কৰে। ৰাশি পৰিৱৰ্তনে জাতক-জাতিকাৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিয়েই থাকে।

সমাজিক প্ৰভাৱ, ঘৰৰ বাহিৰত মূল্যবোধ প্ৰতিষ্ঠা আদি হৈয়ে থাকিব। জীৱনত যথেষ্ট উন্নতি ঘটিয়েই থাকে। বিভিন্ন সময়ৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব জীৱন।

ফেব্ৰুৱাৰী মাহত সূৰ্য আৰু বুধৰ মিলনৰ ফলত এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনত এক বৃহৎ উন্নতি হ’ব। জীৱনে নতুনকৈ সপোন দেখিব।

কাৰণ আটাইতকৈ ডাঙৰ মিলন কুম্ভ ৰাশিত হ’বলৈ গৈ আছে। সূৰ্য আৰু বুধৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে যাৰ বাবেই জাতক-জাতিকা জীৱনত ৰাজযোগ গঢ় লৈ উঠিব।

যদিও সূৰ্য আৰু বুধৰ মিলনে প্ৰতিটো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু কিছুমান ৰাশিৰ জাতক-জাতিকাৰ জীৱনৰ অধিক উন্নতি হ’ব।

মূলতঃ তিনি ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বৃহৎ উন্নতি সম্ভাৱনা আছে। এই ৩ ৰাশি জাতক-জাতিকাৰ জীৱনত সৌভাগ্যৰ উদয় হ’ব।

কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত যথেষ্ট উন্নতি হ’ব। সমাজত মান আৰু সন্মানৰ প্ৰতিষ্ঠা হ’ব। জীৱনত নতুন মানুহৰ আগমন হ’ব।

কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। পদোন্নতি আৰু দৰমহাও বৃদ্ধি পাব। বিবাহিতসকল জীৱনত বহুত সুখী হ’ব।

অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব। নতুন সম্পৰ্ক স্থাপন হোৱাৰ আশা আছে।

মিথুন ৰাশিৰ জাতক-জাতিকাৰ জীৱনটো পূৰ্বৰ তুলনাত ভাল হ’ব। বিশেষকৈ ধৰ্মীয় আৰু মাংগলিক অনুষ্ঠানত উন্নতি হ’ব।

কাৰণ এই যুঁটি ৰাশিৰ নৱম স্থানত থাকিবলৈ গৈ। ভৱিষ্যৎ সফল হ’ব। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক-জাতিকাই লাভৰ সন্মুখীন হ’ব।

পৰীক্ষা দিয়া লোকসকলৰ বাবে ভাল খবৰ আহিব।

সিংহ ৰাশিৰ জাতক-জাতিকাৰ বাবে অতি ভাল সময় আহি। এই ৰাজ্যযোগৰ ফলত সিংহ ৰাশিৰ জাতক-জাতিকাই যথেষ্ট সফলতা পাব।

এই ৰাশিৰ লোকৰ পত্নীৰ সহায়ত জীৱনটো ভাল হ’ব। অংশীদাৰিত্বৰ কাম-কাজত এইবাৰ সফলতা পাব।

এই ৰাশিৰ লোকে কেৰিয়াৰৰ নতুন-নতুন সুযোগ পাব। জীৱনৰ প্ৰতিটো সপোনে এতিয়া পূৰণ হ’ব।

Disclaimer: এই প্ৰতিবেদনত থকা সকলো তথ্য জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, Guwahati Timesএ ইয়াত দিয়া কোনো তথ্য নিশ্চিত কৰা নাই। এই বিষয়ে শুদ্ধ ফলাফল পাবলৈ জ্যোতিষীসকলৰ সৈতে যোগাযোগ কৰিব।

You May Also Like

More From Author