চিলাপথাৰৰ দক্ষিণ চ’ছাইটি গাঁৱৰ দুলাল গোস্বামীৰ কনিষ্ঠ পুত্ৰ তথা ১৪ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ৪ দিনে সন্ধানহীন হৈ আছে। ১৪ মে’ৰ পুৱাই স্কুললৈ বুলি ওলাই যোৱা ছাত্ৰজনে দুপৰীয়া
Month: May 2024
-পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক। ১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন। -১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ। -মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ।
চিৰাঙৰ বিভিন্ন অঞ্চলত প্রচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ। ধুমুহাত বিস্তৰ ক্ষতি হোৱাৰ খবৰ। ধুমুহাৰ ফলতে উভালি পৰে প্ৰকাণ্ড গছ। এডাল প্ৰকাণ্ড গছ উভালি পৰে চাৰিচকীয়া বাহনৰ ওপৰত। কথমপি প্রাণৰক্ষা বাহনখনত থকা লোক
পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমানৰ অভিযোগ। ইজনৰ পিছত সিজন কণ্ঠশিল্পী অপমানিত হৈছে বিহু মঞ্চত। কিছুদিন পূৰ্বে কণ্ঠশিল্পী মৌচুম গগৈ, পদ্মনাভ বৰদলৈকে ধৰি বহুকেইগৰাকী শিল্পী অপমানিত হৈছিল
ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক আৰক্ষীয়ে আটক কৰে।আটক কৰা প্ৰধান শিক্ষকজন ৰঙিয়াৰ মধুকুছিৰ বীৰেন দাস বুলি আৰক্ষী সূত্ৰই জনায়।ঘটনাৰ বিৱৰণী অনুসৰি নৱজীৱন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন দাসে