পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আজি ৰাজ্য জুৰি কৰ্ম বিৰতি হাজাৰ হাজাৰ চিকিৎসকৰ ।
ইয়াৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীস্হিত GNRC চিকিৎসালৰ মুখ্য দুৱাৰৰ সন্মুখত চিকিৎসক সকলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ।
আজি জৰুৰীকালীন চিকিৎসাৰ বাহিৰে কোনো ধৰণৰ চিকিৎসা সেৱাত ভাগ নলয় GNRC ৰ চিকিৎসক সকলে ।
দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী চিকিৎসক সকলৰ ।