Year: 2024

ডাৱৰ বিস্ফোৰণৰ পাছতে হিমাচল প্ৰদেশত বানৰ সংহাৰ; সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক

ডাৱৰ বিস্ফোৰণৰ পাছতে হিমাচল প্ৰদেশত বানৰ সংহাৰ; সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক

ডাৱৰ বিস্ফোৰণত এইপৰ্যন্ত ১৩ গৰাকী লোকৰ মৃত্যু। এতিয়াও সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক। পূৰ্ণগতিত অব্যাহত আছে সেনা, NDRF বাহিনীৰ উদ্ধাৰ অভিযান।

সাৱধান! ট্ৰেডিং এপৰ নামতো ৰাজ্যত লুণ্ঠনৰ জাল…

সাৱধান! ট্ৰেডিং এপৰ নামতো ৰাজ্যত লুণ্ঠনৰ জাল…

প্ৰায় ৬ হাজাৰ লোকক প্ৰৱঞ্চনা DAAI নামৰ এপৰ জৰিয়তে। মাৰ্চ মাহত ৬ জন লোকে অসমত আৰম্ভ কৰিছিল বিনিয়োগ। প্ৰায় ৩ হাজাৰ কোটি টকা লুটি পলায়ন প্ৰৱঞ্চক চক্ৰটোৰ। নৰেশ ৰেড্ডী নামৰ

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন

বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন! পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি। বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন। বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভূমিস্খলন।

পুনৰ জনতাৰ প্ৰতিবাদত উত্তপ্ত বাংলাদেশ

পুনৰ জনতাৰ প্ৰতিবাদত উত্তপ্ত বাংলাদেশ

পুনৰ জনতাৰ প্ৰতিবাদত উত্তপ্ত বাংলাদেশ৷ শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ৷ ভয়াৱহ প্ৰতিবাদত বিগত ২৪ ঘণ্টাত ৩২জনৰ প্ৰাণহানি৷ হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি৷