ভাৰত চৰকাৰে পলাতক প্রৱঞ্চক ব্যৱসায়ী বিজয় মালিয়াক স্বদেশলৈ ওভতাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ভাৰত চৰকাৰে ফ্ৰান্সৰ বিষয়াৰ স’তে যোগাযোগ কৰি চৰ্তহীনভাবে মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ দাবী উত্থাপন কৰিলে। ৰাষ্ট্ৰীয় সংবাদ
Year: 2024
ইজৰাইলৰ আৰু হামাছৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো ক্রমে স্পষ্ট হ’বলৈ ধৰিছে। আমেৰিকাৰ একাংশ অঞ্চলত সম্প্রতি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে পেলেষ্টাইনৰ সমর্থনত আৰু ইজৰাইলৰ বিৰোধিতাৰে ব্যাপক প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে। আমেৰিকাৰ
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহজনক সহাঁৰিয়ে ৯নং নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰে দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। সংসদীয় সমষ্টিটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজ হিলদ’ল
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ৰাজ্যৰ বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান “প্ৰতিদিন টাইম”ৰ মধ্য অসমৰ ব্যুৰ’ চীফ তথা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰাক “নগাঁও জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা” প্ৰদান কৰা হৈছে। নগাঁও জিলাৰ “ৰং সাংস্কৃতিক গোষ্ঠী
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত এটি সংগ্ৰহালয় স্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এগৰাকী শিক্ষকে । কঠিয়াতলীৰ কছাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী হৈছে ভূপেন চন্দ্ৰ বৰদলৈ। অনন্য প্ৰয়াসৰে