Year: 2024

বিহালীৰ প্ৰাৰ্থীৰ বাবে অসম সন্মিলিত মঞ্চৰ ৫ জনীয়া কমিটি গঠন

বিহালীৰ প্ৰাৰ্থীৰ বাবে অসম সন্মিলিত মঞ্চৰ ৫ জনীয়া কমিটি গঠন

গুৱাহাটী, ১৮ অক্টোবৰঃ অসম সন্মিলিত মঞ্চ চমুকৈ ‘অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি ৫ জনীয়া কমিটি গঠন কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল