Year: 2024

১৯ দিনীয়া কুটনৈতিক ভ্ৰমণ সামৰি দিল্লীত উপস্থিত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

১৯ দিনীয়া কুটনৈতিক ভ্ৰমণ সামৰি দিল্লীত উপস্থিত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

৫ খন দেশৰ ৰাষ্ট্ৰপতি ৩ খন দেশৰ প্ৰধানমন্ত্ৰী আৰু ৮ খন দেশৰ বৈদেশিক মন্ত্ৰীৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীগৰাকী। দিল্লীত উপস্থিত হৈ কুটনৈতিক ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অসম ভ্ৰমণ, চিৰাং জিলাৰ উন্নয়ন প্ৰকল্প আৰু আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অসম ভ্ৰমণ, চিৰাং জিলাৰ উন্নয়ন প্ৰকল্প আৰু আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে অসমৰ চিৰাং জিলা ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৃহস্পতিবাৰে

বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’

বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’

অসম বিধানসভাত আজি গৃহীত হয় ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’। ইয়াৰ লগে লগে বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’। এতিয়াৰে পৰা এই আইনৰ স্থান ল’ব ‘Assam Compulsory

গুৱাহাটীৰ বাণিজ্যিক মলসমূহৰ স্বত্বাধিকাৰী, প্ৰতিনিধিৰে আৰক্ষীৰ বৈঠক

গুৱাহাটীৰ বাণিজ্যিক মলসমূহৰ স্বত্বাধিকাৰী, প্ৰতিনিধিৰে আৰক্ষীৰ বৈঠক

বৈঠকত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ প্ৰতিখন শ্বপিং মলৰ স্বত্বাধিকাৰী, মেনেজাৰলৈ নিৰ্দেশনা৷ পৰৱৰ্তী আলোচনাৰ সময়ত প্ৰতিখন শ্বপিং মলৰ স্বত্বাধিকাৰী নাইবা মেনেজাৰ উপস্থিত থাকিব লাগিব৷ আলোচনাত উপস্থিত নাথাকিলে ১২ঘণ্টা ধৰি কাৰ্যালয়ত