Category: Assamese News
পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!
জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামৰ এই নৰসংহাৰত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন […]
কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে
এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে এক সংগম কক্ষৰ উদ্বোধন কৰা […]
শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি আটকধুনীয়া সংগীতানুষ্ঠান
“হিয়া ভৰা শুভ কামনাৰে” শীৰ্ষক এই অনুষ্ঠানতে অসমৰ বাদ্য-সংগীত আৰু শব্দ বাণীবন্ধন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিক প্ৰদান কৰা হয় ভূপেন উজীৰ সোঁৱৰণী শিল্প […]
বাংগালুৰুত ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন; কণ্ঠশিল্পী জুবিন গাৰ্গ-আচুৰ্য বৰপাত্ৰ-হৰ্পল শইকীয়াক আমন্ত্ৰণ
অহা ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ বাংগালুৰুত ব’হাগ বিহু অনুষ্ঠানৰ আয়োজন কৰিছে আছাম ছ’চাইটি অৱ বাংগালুৰুৱে ১৯৮২ত স্থাপিত অৰাজনৈতিক তথা সামাজিক-সাংস্কৃতিক অনুষ্ঠান আছাম ছ’চাইটি অৱ বাংগালুৰুৱে […]
পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান
গুৱাহাটী , ৭ এপ্ৰিল ঃ ৪ ৰ পৰা ৬ এপ্ৰিললৈ দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল […]