Advertisement

Author: Shahnawaz Hamza

দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ

দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ

এক জাননী যোগে এই কথা সদৰী কৰিলে দলটোৰ অসম প্ৰদেশ কমিতিয়ে। উল্লেখ্য এটা ভাইৰেল অডিঅ’ত নেতা জনৰ নাম চৰ্চালৈ আহিছিল। চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৩ জুলাইৰ পৰা আগন্তুক ২৫ জুলাইলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত বিচ্ছিন্ন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে অৰ্থাৎ ২৩ জুলাইত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

গুজৰাটত মহাপ্ৰলয়!

গুজৰাটত মহাপ্ৰলয়!

ডাৱৰ বিস্ফোৰণৰ জলপ্ৰলয় জুনাগড় চহৰত। পাহাৰৰ পৰা বৈ অহা পানীয়ে উটুৱাই নিলে যানবাহন। ৫-৬ ফুট পৰ্যন্ত পানীৰ তলত চহৰখনৰ প্ৰায় অঞ্চল।

মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলন…..

মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলন…..

শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ ৰাইগাডত হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। তৃতীয় দিনৰ উদ্ধাৰ অভিযানত শনিবাৰে ধাৰাসাৰ বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে

আজাৰাস্থিত পেপছিক’ কোম্পানীত শ্ৰমিকৰ মৃত্যু!

আজাৰাস্থিত পেপছিক’ কোম্পানীত শ্ৰমিকৰ মৃত্যু!

আজাৰাস্থিত পেপছিক’ কোম্পানীত সংঘটিত হৈছে এই অঘটন। আজাৰাস্থিত এই কোম্পানীটোত কৰ্মৰত হৈ থকা প্ৰণৱজ্যোতি হাজৰিকা নামৰ ১৩ বছৰীয়া কিশোৰ শ্ৰমিকজনৰ আজি মৃত্যু হয়। ইয়াকে লৈ কোম্পানীটোত সংঘটিত হয় এক উত্তপ্ত