সমগ্ৰ ৰাজ্যতেই বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ৰামফলবিল ভিছিডিছিৰ অধীনৰ নিজুমগুৰী, বেলগুৰি, দৈমুগুৰি গৈবাৰী আদি অঞ্চলৰ কেইবাখনো গাঁও। উক্ত
Author: Shahnawaz Hamza
কলিয়াবৰত বৃদ্ধি পাইছে গৰুচোৰৰ উপদ্ৰৱ। প্ৰতিনিশাই গোহালিৰ পৰা চুৰি হয় গৰু। এইবাৰ গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ। কলিয়াবৰৰ দাৰিগজিৰ প্ৰদীপ শইকীয়া নামৰ লোকজনৰ গোহালিৰ পৰা দুটা
এটি শিশুৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত। ব্যক্তিগত হাস্পতালৰ চিকিৎসাৰ ভুলৰ বাবেই মৃত্যুৰ অভিযোগ পৰিয়ালৰলোকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। মৃত্যু হোৱা শিশুটি বাজাৰিছড়া এলেকাৰ কিশোৰ কুমাৰ পালৰ
নগাঁও আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া- এলেকা কচুৱাৰ লুটুমাৰীৰ পাঁচশ এক জাজৰীত বন বিভাগ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে শুকুৰবাৰে পথত ভুঁই ৰুই এক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে অতি
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বাক্সা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস