অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতিখন দেওবাৰে গঠন কৰা হয় ৷ কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন সভাগৃহত অনুষ্ঠিত এখন সভাত কাজিৰঙাৰ ৬খন শাখা সমিতিৰ উপস্থিতিত সমিতিখন গঠন কৰা হয় ৷
Author: Shahnawaz Hamza
অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হ’ল গহপুৰ আৰক্ষী থানাৰ প্ৰাক্তন আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰ। এই সন্দৰ্ভত দেওবাৰে সন্ধিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰে।
বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সমষ্টি পুনৰ গঠনৰ খচৰাক লৈ এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। দেওবাৰে বড়ো জনগোষ্ঠীৰ ১৩ টা সংগঠন আৰু দুটা আঞ্চলিক ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠনৰ
শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ভাল নহ’লে বা সঘনাই টোপনি ভাগিলে স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে৷ ফলত, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহুতৰে আকৌ ৰাতি সঘনাই টোপনি
সাধাৰণতে পুৱাৰ আহাৰৰ তালিকাত বহুতে এটাকৈ কণী খোৱাটো পছন্দ কৰে৷ কণীৰ কুহুমত প্ৰচুৰ পৰিমাণে কলেষ্টৰেল থাকে৷ যাৰ বাবে মাত্ৰাধিক কণী খালে কলেষ্টৰেল বৃদ্ধি পাব পাৰে বুলি বহুতেই কণী খোৱাৰ পৰাও