Advertisement

Author: Shahnawaz Hamza

নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা প্ৰতিবাদী কাৰ্যসূচী

নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা প্ৰতিবাদী কাৰ্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত দিনযোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ সম্মুখীন চৰকাৰলৈ কেইবা দফীয়া দাবী জনায় সদৌ অসম

North East State Karate Federation Of India নিজৰ পাৰদৰ্শিতাৰে উজ্জ্বলি উঠিল নাজিৰাৰ সন্তান

North East State Karate Federation Of India নিজৰ পাৰদৰ্শিতাৰে উজ্জ্বলি উঠিল নাজিৰাৰ সন্তান

Assam State Karate Championship ৰ নেতৃত্বত গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা North East Karate Federation Of India ত পাৰদৰ্শিতাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হল মায়াশ্ৰা ফাৰজানা নামৰ এগৰাকী কণমানীয়ে ।

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা; নিহত এজন; আহত এজন…

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা; নিহত এজন; আহত এজন…

মঙ্গলদৈৰ নিকতৱৰ্তী খাৰখোৱা ধাবাৰ সমিপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কন্টেনাৰ বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহী জন ঠিতাতে নিহত হয়।আহত যুৱক জনৰ নাম ৰেকিউল আলি।নিহত যুৱক জন ৰেকিউলৰ

তীব্ৰবেগী বেলেনো বাহনৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ!

তীব্ৰবেগী বেলেনো বাহনৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ!

তীব্ৰবেগী বেলেনো বাহনৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ! 📌 নিহত লোকজন বিলাসীপাৰাৰ চিৰাকুটা ১ম খণ্ড গাঁৱৰ আব্দুল হামিদ। 📌 ধুবুৰীৰ পৰা চাপৰ অভিমুখী আছিল AS 19R 9403A নম্বৰৰ বেলেনো বাহনখন। 📌

টীয়ক নদীৰ বাঢ়নী পানীত বুৰিল টীয়কৰ বিস্তীৰ্ণ অঞ্চল

টীয়ক নদীৰ বাঢ়নী পানীত বুৰিল টীয়কৰ বিস্তীৰ্ণ অঞ্চল

সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকাৰ মাজতে আজি টীয়ক নদীৰ বাঢ়নী পানীয়ে এক বিস্তৃত অঞ্চল বুৰাই পেলাইছে।টীয়কৰ হালোৱাপথাৰ আৰু খনিকৰ বাগিচাত টীয়ক নদীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰীৰ দুটা অংশত।যাৰ ফলত হঠাৎ অহা