হাজোত লাটমণ্ডলৰ এটা দালালক গ্ৰেপ্তাৰ৷ গ্ৰেপ্তাৰ হোৱা দালালটো ধৰণী দাস৷ লাট মণ্ডলৰ হৈ দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দাস৷ লাট মণ্ডল উৎপল কেম্প্ৰাইৰ হৈ দালালি কৰাৰ অভিযোগ!
Author: Shahnawaz Hamza
চৰাইদেউৰ পৰিবহণ বিষয়া ৰাজীৱ বৰদলৈক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ পৰিবহণ বিষয়াজনক। অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দুৰ্নীতিৰ আশ্ৰয় লৈ গ্ৰেপ্তাৰ ৰাজীৱ চন্দ্ৰ বৰদলৈ।
এতিয়াৰে পৰা মুক্ত শিক্ষাৰ জৰিয়তেও উপলব্ধ হ’ব B.Edকৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিঃত উপলব্ধ হ’ব B.Ed ডিগ্ৰীমাধ্যম বিতৰ্ক: আছুৰে পুনৰ আলোচনাৰ পোষকতা শিক্ষা মন্ত্ৰীৰ‘চৰকাৰে শীঘ্ৰে আলোচনালৈ আমন্ত্ৰণ জনাব আছু-এবছুক’
তিনিচুকীয়াত জঘন্য ঘটনা তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰূপজান গাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শাহুৱেকক প্রাণে মৰাৰ চেষ্টা চলাই এগৰাকী বোৱাৰীয়ে । পাৰিবাৰিক কন্দলৰ পৰিণতিত শনিবাৰে সংঘটিত হয়
-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ-শ্ব’ ষ্টপাৰ হিচাপে ৰেম্পত বিপাশা বাণিক্য-২৬ বছৰীয়া বিপাশাৰ সফল কেট-ৱক-বিগত ৫ বছৰ ধৰি ফেশ্বন উদ্যোগত বিপাশা-গুৱাহাটীৰ বিপাশাক লৈ আশা