Author: Shahnawaz Hamza

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰত শীৰ্ষ ১০ত স্থান লাভ কৰা পৰীক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰত শীৰ্ষ ১০ত স্থান লাভ কৰা পৰীক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰত শীৰ্ষ ১০ত স্থান লাভ কৰা পাটাছাৰকুছি সমষ্টিৰ সপ্তম স্থান দখল কৰা প্লাৱিতা দাস, অষ্টম স্থান দখল কৰা নিশান্ত লহকৰ, দশম স্থান দখল কৰা প্ৰজ্ঞান শৰ্মাক সম্বৰ্ধনা জ্ঞাপন

মেট্ৰিকত ৰাজ্যৰ ভিতৰত অষ্টম স্থানত গহপুৰৰ পাৰ্থ প্ৰতিম ভূঞা।

মেট্ৰিকত ৰাজ্যৰ ভিতৰত অষ্টম স্থানত গহপুৰৰ পাৰ্থ প্ৰতিম ভূঞা।

🔴 মেট্ৰিকত ৰাজ্যৰ ভিতৰত অষ্টম স্থানত গহপুৰৰ পাৰ্থ প্ৰতিম ভূঞা।🔴 গহপুৰৰ বৰঙাবাৰীৰ মৰ্ণিংষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পাৰ্থ প্ৰতিমৰ মুঠ নম্বৰ ৫৮৭।

মেট্ৰিকৰ ফলাফলত ষষ্ঠ স্থানত ডিব্ৰুগড়ৰ অক্ষয় কায়াল।

মেট্ৰিকৰ ফলাফলত ষষ্ঠ স্থানত ডিব্ৰুগড়ৰ অক্ষয় কায়াল।

🔴 মেট্ৰিকৰ ফলাফলত ষষ্ঠ স্থানত ডিব্ৰুগড়ৰ অক্ষয় কায়াল।🔴 বৈৰাংগীমঠ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অক্ষয়ৰ মুঠ নম্বৰ ৫৮৯।

ছিপাঝাৰৰ ডুমুনীচকী ইংলিচ স্কুলৰ ছাত্ৰী নীলুফাৰ ৰহমানৰ মেট্ৰিকত তৃতীয় স্থান দখল

ছিপাঝাৰৰ ডুমুনীচকী ইংলিচ স্কুলৰ ছাত্ৰী নীলুফাৰ ৰহমানৰ মেট্ৰিকত তৃতীয় স্থান দখল

🔴 ছিপাঝাৰৰ ডুমুনীচকী ইংলিচ স্কুলৰ ছাত্ৰী নীলুফাৰ ৰহমানৰ মেট্ৰিকত তৃতীয় স্থান দখল🔴 ছাত্ৰীগৰাকীয়ে লাভ কৰে মুঠ ৫৯২ নম্বৰ