প্ৰিয় পাঠকসকল আপোনালোকেও যদি এনেকুৱা ৬টা সংকেত পায়। তেতিয়া আপোনালোকে জানিব পাৰিব যে ভগৱান হনুমান আপোনাৰ লগত আছে আৰু আপোনালোকৰ ৰক্ষা কৰি আছে। ( Religious Studies ) প্ৰিয় পাঠকসকল কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত এনেকুৱা পৰিস্থিতি উৎপন্ন হৈ যায় যাৰ সন্মুখীন হ’বলৈ আমাৰ ভিতৰত সাহস নাথাকে। চেষ্টা কৰিও আমি ভাগৰি পৰোঁ। কিন্তু আমি
Author: GTM Desk
চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাওৰাগুৰীত বুধবাৰে নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই ৮ জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে । ধৃত ডকাইত কেইজনক ক্ৰমে চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত হবো শ্বেখ (৩০), হাস্ৰাবাৰীৰ আশ্ৰফ আলী (২২), পশ্চিম বিলাসপুৰৰ বাছেৰ আলী আকন্দ (২৭), হাস্ৰাবাৰীৰ কুতুব আলী(১৯), ঢালিগাঁও ছাতিপুৰৰ আনিছুৰ আলম (৩০),
তামুলপুৰ আৰক্ষী জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দ্বাৰকুছিৰ ঘোগা দলঙৰ পাৰত গাঞ্জা ভৰ্তি এল্ট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত এল্টখনৰ নম্বৰ হৈছে এছ- ০১ -ডি ইউ- ৭৩৮৩ ৷ গান্ধীবাৰী আৰক্ষীৰে গাঞ্জাসহ এল্ট গাড়ী এখন দ্বাৰকুছি অভিমুখে আহি থকাৰ খবৰ লাভ কৰে ৷ গান্ধীবাৰী
শীঘ্ৰেই আলোচনা পন্থী আলফা গোটেৰে শান্তি চুক্তিৰ সম্ভাৱনা চৰকাৰৰ । বৃহস্পতিবাৰে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে । লগতে নেতাগৰাকীয়ে কয় যে যদিহে ডিএনএলএ বিচৰা ধৰণে ভাৰত চৰকাৰে সকলো দাবী মানি ল’বলৈ প্ৰস্তুত হয় তেনেহ’লে মে’ মাহৰ ভিতৰত শান্তি চুক্তিৰ সম্ভাৱনা আছে । লগতে আলোচনা
শুভ যোগত ৰবি যোগৰ গণনা কৰা হয়। এইবাৰ ২৯ এপ্ৰিল, শনিবাৰে ৰবি যোগ গঠন হৈছে। দুপৰীয়াৰ পৰা গোটেই ৰাতিলৈকে ৰবি যোগ থাকিব আৰু পিছদিনা সূৰ্য্য উদয়লৈকে এই যোগ থাকিব। আজিৰ দিনটোত শনিবাৰে সূৰ্য্য আৰু শনিক পূজা কৰাৰ কাকতলীয়া সংঘটিত হয়। ৰবি যোগত সূৰ্য্য ঈশ্বৰৰ প্ৰভাৱ বেছি। ইয়াৰ বাবেই ই এক