Author: GTM Desk

মদে কিদৰে লিভাৰৰ ক্ষতি কৰে জানিলে শিহৰিত হ’ব!

মদে কিদৰে লিভাৰৰ ক্ষতি কৰে জানিলে শিহৰিত হ’ব!

যকৃত বা লিভাৰ বেয়া হোৱাৰ এটা অন্যতম কাৰণ হৈছে অত্যধিক মদ্যপান৷ মদৰ বাবে যেতিয়া লিভাৰৰ ক্ষতি হয় তেতিয়া তাক এলক’হল লিভাৰ ডিজিজ বুলি কোৱা হয়৷ উল্লেখ কৰা হ’ল এলক’হল বা মদৰ বাবে লিভাৰ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰাথমিক লক্ষণ আৰু কেনেদৰে এলক’হলে লিভাৰৰ ক্ষতি কৰে– ◾যকৃত বা লিভাৰে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ নষ্ট

পুৱাই শুদা পেটত জিৰাৰ পানী খালে এইবোৰ সমস্যা আঁতৰে

পুৱাই শুদা পেটত জিৰাৰ পানী খালে এইবোৰ সমস্যা আঁতৰে

প্ৰত্যেকৰে পাকঘৰত বিভিন্ন ধৰণৰ মছলা থাকে৷ ইয়াৰ ভিতৰত জিৰা খুবেই প্ৰচলিত আৰু সকলোৰে পৰিচিত মছলা৷ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা মছলাসমূহৰ ভিতৰত জিৰা অন্যতম৷ জিৰাই খাদ্য সোৱাদযুক্ত কৰে আৰু সুগন্ধি বঢ়ায়৷ কিন্তু জিৰা কেৱল খাদ্যৰ সোৱাদ আৰু সুগন্ধি বঢ়োৱাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী৷ ওজন কমোৱা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, হজমৰ সমস্যা

জিমলৈ নোযোৱাকৈও এইবোৰ উপায়েৰে অতিৰিক্ত চৰ্বি কমাব পাৰি

জিমলৈ নোযোৱাকৈও এইবোৰ উপায়েৰে অতিৰিক্ত চৰ্বি কমাব পাৰি

ব্যস্ততাৰ বাবে বহুতেই আজিকালি জিমলৈ গৈ শৰীৰ চৰ্চা কৰাৰ সময় নাপায়৷ কিন্তু তেওঁলোকে যদি বিচাৰে ঘৰত থাকিয়েই বিভিন্ন কৌশলেৰে দেহৰ অতিৰিক্ত ওজন কমাব পাৰে৷ উল্লেখ্য কৰা হ’ল জীমলৈ নোযোৱাকৈ চৰ্বি কমাব পৰাৰ উপায়– ◾নিতৌ খোজকঢ়াৰ অভ্যাস কৰক৷ ওজন কমোৱাৰ ক্ষেত্ৰত খোজকঢ়া অভ্যাসে সাংঘাটিক কাম কৰে৷ খোজকঢ়াৰ উপৰি জ’গিং আৰু দৌৰা

সোণাখুলিৰ দহেলাপাৰাত বিষুৱা উৎসৱ উদযাপন।

সোণাখুলিৰ দহেলাপাৰাত বিষুৱা উৎসৱ উদযাপন।

সোণাখুলিৰ দহেলাপাৰাত বিষুৱা উৎসৱ উদযাপন। আজি এদিনীয়াকৈ দিনযোৰা কাৰ্যসূচীৰে পালন বিষুৱা উৎসৱ। বহাগ বিহুৰ সমান্তৰালকৈ কোচ ৰাজবংশী সমাজে পালন কৰে বিষুৱা উৎসৱ। পতাকা উত্তোলন, চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পনকে ধৰি নাম প্ৰসংগৰে উৎযাপন কৰা অনুষ্ঠানটো দুপৰীয়াৰ পৰা প্ৰদৰ্শন হয় বিহু, হুদুম, কাৰ্তিকা, গোৱালীনী ইত্যাদি। আবেলি এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে এই