দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ জাননী প্ৰেৰণ কৰিছিল । সুৰানীতি কেলেংকাৰী সন্দৰ্ভত আপৰ নেতগৰাকীক সোধ পোছৰ বাবে উপস্থিত হ’বৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ আপৰ নেতাগৰাকীক
Author: Shahnawaz Hamza
যদি আপুনি বিদেশত গাড়ী চলাব বিচাৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং অনুজ্ঞাপত্ৰ থকাটো গুৰুত্বপূৰ্ণ। বহিঃৰাজ্যত গাড়ী চলোৱাৰ সময়ত ভাৰতৰ ড্ৰাইভিং লাইচেন্স দেখুৱালে কাম নহ’ব। ইয়াৰ বাবে নিজ নিজ প্ৰদেশত পৃথকে পৃথকে ড্ৰাইভিং
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেওবাৰে আবকাৰী নীতিৰ গোচৰত জেৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। CBIৰ কাৰ্যালয় পোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালে ৰাজঘাটলৈ
ওদালগুৰি জিলা কাৰাগাৰৰ পৰা আৰক্ষীৰ নাকৰ তলেৰে কয়দীৰ পলায়ন । পহিলা ব’হাগ উপলক্ষে ওদালগুৰি জিলা কাৰাগাৰৰ ওখ চাৰিবেৰৰ ভিতৰত থকা বাহিৰৰ চোতালৰ মন্দিৰত এখন শৰাই দিছিল জিলা কাৰাগাৰ কতৃপক্ষই ।
সাত সাগৰ তেৰ নদীৰ সিপাৰে কৰ্মসূত্ৰে নিউজিলেণ্ডত থকা প্ৰৱাসী অসমীয়াই আজি উলহ মালহেৰে পালন কৰিলে হেপাহৰ ৰঙালী বিহু৷ অসম ছোচাইটী অফ নিউজীলেণ্ডৰ উদ্যোগত আজি ৱেলিংটন চহৰৰ লোৱাৰ হাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে