অসমৰ গামোছাক আনুষ্ঠানিকভাৱে GI TAG প্ৰদান। মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিলে প্ৰমাণপত্ৰ। সৰুসজাইত আজি উখল মাখল পৰিৱেশৰ মাজতে এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। GI-REG পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেল আজি আনুষ্ঠানিকভাৱে অসমৰ গামোছাৰ GI TAGৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। ২০২২ চনৰ ডিচেম্বৰত অসমৰ গামোছাই লাভ কৰিছিল GI TAG।
Author: GTM Desk
অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু । কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ কৰ্তৃপক্ষই প্ৰদান কৰিব প্ৰমাণপত্ৰ। অৱশেষত গৰু বিহুৰ আগদিনাই অসমবাসীলৈ আহিল সেই সুখবৰ। হেঁপাহৰ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ। সৰুসজাইত ১১,৩০৪ গৰাকী নাচনী-বিহুৱাৰ লগতে অগণন লোক এই অনন্য ক্ষণৰ সাক্ষী
সৰুসজাইত বিহুৱে ৰচনা কৰিলে ইতিহাস। গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল অসমীয়াৰ বাপতিসাহোন বিহুৰ। ১১,২৯৮ নাচনী-ঢুলীয়াৰে বিহু পৰিৱেশন মানুহে বিৰ দি নোপোৱা এক পৰিৱেশ । সকলো আহিছে এক ইতিহাসৰ সাক্ষী হ’বলৈ । বিশ্বৰ মজিয়াত বিহুক প্ৰতিষ্ঠা কৰাৰ বাবে এই আয়োজন । সাজু ৰাইজ, সাজু নাচনী-ঢুলীয়া । সময় তেতিয়া ১৩ এপ্ৰিলৰ সন্ধিয়া
Guwahati, April 13, 2023: Modern English School, Kahilipara, Guwahati today observed the occasion of Pre-Bohag with a vibrant and culturally rich celebration. Bohag Bihu is an ethnic festival that celebrates the beginning of the Assamese New Year. It is observed on April 14 every year and fosters cultural harmony among
বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক | সাপটগ্ৰাম বনাঞ্চলিকৰ অধীনস্থ বনাঞ্চল সমূহত সুলভ হৈ পৰিছে জীৱ জন্তুৰ চোৰাং বেহা | একাংশ দুষ্ট চক্ৰই দুস্প্ৰাপ্য বনৰীয়া জীৱ জন্তু ধৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় | তেনে ব্যৱসায়ৰ বিৰুদ্ধে সাপটগ্ৰাম বন বিভাগৰ নাটকীয় অভিযান | অভিযানত খৰখৰি অঞ্চলৰ