Advertisement

Author: Shahnawaz Hamza

ধেমাজিৰ ৰাজপথত হৃদয়বিদাৰক দুৰ্ঘটনা, থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী

ধেমাজিৰ ৰাজপথত হৃদয়বিদাৰক দুৰ্ঘটনা, থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী

শুক্ৰবাৰে গৰু বিহুৰ দিনাই ধেমাজিৰ পানীতোলাত এটি হৃদয়বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটিত থিতাতে নিহত হয় এগৰাকী যুৱতী। জানিব পৰা অনুসৰি, ট্ৰাক আৰু এখন টয়োটা বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত