শিলসাঁকোৰ উচ্ছেদস্হলীত অসম তৃণমূল কংগ্ৰেছ, উচ্ছেদিতৰ শীঘ্ৰে পুন: সংস্হাপনৰ দাবী গুৱাহাটী, ১ মাৰ্চ: অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দলে আজি মহানগৰীৰ উচ্ছেদিত এলেকা ভ্ৰমণ কৰি ভুক্তভোগীসকলৰ পৰিস্থিতিৰ বুজ লয়। দলৰ
Author: Shahnawaz Hamza
নিউজ ব্যুৰ’,নগাঁও,২৮ফেব্ৰুৱাৰী:–কলংপাৰ শাখা, অসম বিজ্ঞান সমিতি আৰু নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত মংগলবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠিত কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি “গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান”(Global Science for
সম্পূর্ণ বিজ্ঞানসন্মতভাৱে আগবাঢ়িছে চাঞ্চল্যকৰ শংকৰী–অমৰজ্যোতি দে’ৰ নৃশংস হত্যাকাণ্ডৰ তদন্ত প্রক্রিয়া৷ তদন্ত সঠিক দিশত আগবঢ়াই নিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই মহানগৰ আৰক্ষীয়ে৷ উপযুক্ত প্রক্রিয়াৰে তদন্ত সম্পূর্ণ কৰিবলৈ ৰাজ্যৰ কেইবাগৰাকীও ফৰেনছিক বিশেষজ্ঞৰ
যোগীঘোপাত জনপ্ৰিয় ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক। যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰাই আটক কৰে মোস্তাফিজুৰ ৰহমানক। যোগীঘোপাৰ চটপাৰাৰ পৰা আটক কৰে তেওঁক ।মোস্তাফিজুৰৰ বিৰুদ্ধে ভিডিঅ প্ৰস্তুত কৰোতে শিশুক আইন বিৰুদ্ধভাবে ব্যৱহাৰ কৰাৰ
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিলোগ্ৰাম ঘৰুৱা তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে। শেহতীয়া সংশোধনৰ লগে লগে দিল্লীত আজিৰে পৰা প্ৰতি চিলিণ্ডাৰৰ দাম