কৰ্টে স্বামী সকলক মুক্তি কৰি দিব মই গাৰেণ্টী দিলো : শিখা শৰ্মা বাল্য বিবাহ সন্দৰ্ভত লেখিকা শিখা শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য Also watch : বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পদক্ষেপ গ্ৰহণযোগ্য নহয় : শিখা শৰ্মা
Author: GTM Desk
বিয়াখন ৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছেলমেৰত অনুষ্ঠিত হ’ব। বিয়াত কি পোছাক পিন্ধিব বলীউডৰ মোহময়ী অভিনেত্ৰী কিয়াৰাই ? বিয়াখন ৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছেলমেৰত অনুষ্ঠিত হ’ব। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিয়াৰ আলোচনা চৌদিশে। বলীউডৰ এই দুজন তাৰকাৰ বিবাহে গন্তব্য বিবাহৰ ৰাজকীয়তাৰ আন এক উদাহৰণ স্থাপন কৰিব। ২০২১ চনত ‘শ্বেৰশাহ’ বোলছবিখনৰ পৰা এই
কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বৰ সকলোৱে ৰাজস্থানৰ ৰাজকীয় শৈলীৰ বিষয়ে অৱগত। ৰাজস্থানৰ নাম অহাৰ লগে লগে ইয়াত গৌৰৱ,পোছাক আৰু খাদ্যৰ আলোচনা হয়। এইকাৰণেই ৰাজস্থান বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিবাহৰ গন্তব্য স্থান হিচাপে দিনক দিনে বিখ্যাত হৈ উঠিছে। বলীউডৰ তাৰকা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিবাহৰ এই তালিকাত এটা নতুন নাম যোগ কৰিছে।
জীৱন যদি কাৰোবাৰ বাবে উদযাপনৰ ৰঙীন উচাহ কাৰোবাৰ বৰ দুৰ্বিসহ, বৰ যন্ত্ৰণাদায়ক। পখিলা খেদা বয়সতে ঘাটমাউৰা হৈ এতিয়া অন্ধকাৰ ভৱিষ্যতৰ গহ্বৰত সোমাই পৰিছে ঢকুৱাখনাৰ এহাল কণমানি ভাতৃ-ভগ্নী।অকালতে পিতৃ-মাতৃক হেৰুৱাই অভিভাৱকহীন হৈ পৰা ঢকুৱাখনাৰ ধেনুখনা হিলৈদাৰী গাঁওৰ কণমানি বিশ্বজিৎ গগৈ আৰু ফুলফুলি গগৈৰ দুখলগা কাহিনীয়ে অনুভৱ কৰাইছে জীৱন কিমান দুৰ্বিসহ কিমান
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ ৰাজপথতে এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ননৈ অঞ্চলৰ ধন কাকতিৰ পুত্ৰ সৌৰভ কাকতিৰ সৈতে একেখন গাঁৱৰে এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল। পিছে যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ পিছৰে পৰা সৌৰভে প্ৰেয়সীৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ চেষ্টা কৰে। খবৰ