আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেণ্ডফ’ৰ্ট, টেক্সাছ আৰু মাছাছুচেটছ বিশ্ববিদ্যালয়, ইংলেণ্ডৰ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু ভাৰতৰ সত্যম বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত প্ৰকাশিত তথ্য অনুযায়ী আধুনিক মানৱ জীৱনত সামাজিক, পাৰিবাৰিক আৰু আৰ্থিক চাপ ইমানে বেছি বৃদ্ধি
Author: Shahnawaz Hamza
ৰাষ্ট্ৰসংঘ আৰু ‘ৱাক ফ্ৰী ফাউণ্ডেশ্বন’ৰ সাম্প্ৰতিক যুটীয়া সমীক্ষাত প্ৰকাশ যে ২০১৬-২১ বৰ্ষত বিশ্বৰ ৫ কোটি মানুহ বলপূৰ্বক শ্ৰম আৰু বলপূৰ্বক বিবাহত বন্দী হৈ আছে। ইয়াৰে ২.৮০ কোটি লোক বলপূৰ্বকভাৱে শ্ৰমিক
উষ্ণায়নৰ ফলত মেৰু অঞ্চলৰ বৰফ গলাৰ বাতৰিয়ে বিশ্বত উদ্বিগ্নতাৰ সৃষ্টিৰ মাজতে এদল বিজ্ঞানীয়ে এণ্টাৰ্কটিকাৰ অন্তৰ্ভাগত এখন ৪৬০ কিল’মিটাৰ দীঘৰ ডাঙৰ নদীৰ সন্ধান লাভ কৰিছে। আকাশ মণ্ডলত স্থাপন কৰা ৰাডাৰৰ জৰিয়তে
আন্তৰ্জাতিক শ্ৰম সংস্থা, ‘ল’য়ডছ ৰেজিষ্টাৰ ফাউণ্ডেচন’ আৰু ‘গেলপ’ৰ যৌথ সমীক্ষাৰ তথ্য অনুসৰি বিশ্বৰ ৫৮ কোটিৰো অধিক মানুহ কৰ্মক্ষেত্ৰত মানসিক নিৰ্য্যাতনৰ বলি হয়। কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ ভাৱুকি, ভীতি প্ৰদৰ্শন, ধমকি আৰু
ভাৰত, ৰাছিয়া, আৰু ইউৰোপীয়ান স্পেচ এজেন্সীয়ে ২০২৩ত যৌথভাৱে বহিঃবিশ্বত জীৱৰ অনুসন্ধান চলাব। এই বৰ্ষত বৃহস্পতিৰ তিনিটা উপগ্ৰহ গেনিমেড, কেলিষ্ট’, আৰু ইউৰোপালৈ ‘জুপিটাৰ আইছি মুন’ মহাকাশযান প্ৰেৰণ কৰা হ’ব। মহাকাশযানখন লক্ষ্যস্থানত