আপুনি জানেনে শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰৰ অস্তিত্ব আজিও সাগৰৰ তলত আছে!!! যদি আপুনি ভাল স্কুব’ ডাইভাৰ হয় তেন্তে আপুনিও আৰব সাগৰৰ সেই ক্ষেত্ৰত গৈ দ্বাপৰ যুগৰ সেই দ্বাৰকা নগৰখনৰ অৱশেষ চাই আহিব পাৰে। ভগৱান শ্ৰীকৃষ্ণ মথুৰা ত্যাগ কৰাৰ পাছত যদুবংশ ৰক্ষা কৰাৰ উদ্দেশ্যে ভাতৃ বলোৰাম আৰু যদুবংশী সকলক লগত লৈ আৰব
Author: GTM Desk
বহুতে শীতকালত টনচিলৰ সমস্যাত ভুগি থাকে। আইচক্ৰীম, ঠাণ্ডা পানীয় খালে মূলতঃ এই সমস্যা বৃদ্ধি পায়। গিলিলে বিষ, কথা কোৱাত অসুবিধা, ডিঙিৰ বিষ- এইবোৰ টনচিলাইটিছৰ অতি সাধাৰণ লক্ষণ। টনচিলৰ বিষ কম কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে সদায় হাততেই চিকিৎসক পোৱা নাযায়। সকলো সময়তে ডাক্তৰৰ ওচৰলৈ যাবলৈ সময় নাই। গতিকে বহু
বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰে এটা হʼল উশাহ লোৱাত কষ্ট। এই সমস্যা শীতকালত বেছিকৈ দেখা যায়। অলপ কষ্ট কৰিলেই দুৰ্বল অনুভৱ হয়। ফলত উশাহ লʼবলৈ টান হৈ পৰে। অত্যধিক চৰ্দিয়েও এই ৰোগৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ মতে, বায়ুপথৰ প্ৰদাহৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। উশাহ-নিশাহৰ
অনিয়মিত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মদ খোৱাৰ প্ৰৱণতা, শাৰীৰিক ব্যায়ামৰ অভাৱ- চৰ্বিযুক্ত যকৃতৰ দৰে সমস্যাবোৰ কেতবোৰ কাৰণত সহজে শৰীৰত বাহৰ পাতে। কম বয়সতো এই ৰোগে শৰীৰত শিপাই যাব পাৰে। যকৃতত অতিৰিক্ত চৰ্বি জমা হʼলে সমস্যাৰ সৃষ্টি হয়। কিন্তু কেৱল মদ্যপানৰ বাবেই নহয়। চৰ্বিযুক্ত যকৃত দুই প্ৰকাৰৰ। মদ্যপায়ী আৰু অমদ্যপায়ী। অত্যধিক মদ্যপানৰ ফলত যকৃতত
স্বাস্থ্য প্ৰতিবেদন: বংশগত কাৰণত বা পুষ্টিৰ অভাৱত বহুতৰেই চুলি বয়সতকৈ আগতে পকে। বিশেষকৈ ভিটামিন-এ, ভিটামিন-বি, কপাৰ, মিনাৰেল, জিঙ্ক আৰু আয়ৰনৰ অভাৱত এই সমস্যা দেখা দিয়ে। বহুতেই পকা চুলি ক’লা কৰিবলৈ বিভিন্ন ৰাসায়নিক ব্যৱহাৰ কৰে। যিটো চুলিৰ বাবে মুঠেই উপকাৰী নহয়। বিশেষজ্ঞসকলৰ মতে, ৰাসায়নিক হেয়াৰডাই ব্যৱহাৰ নকৰি প্রাকৃতিক উপায়েৰেও এই সমস্যাৰ