ইণ্টাৰনেটত উপলব্ধ আসক্তিৰে আপুনিও মগন হৈছে নেকি এখন ৰূপকল্পৰ জগতত..???যাৰ প্ৰতিফলৰূপে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি নিদ্ৰাদেৱীৰ বুকুত বিলীন হোৱালৈ সংগ লৈছে স্মাৰ্ট ফোনটোৰ। বৰ্তমানৰ যুগত সময় সঞ্চয়,অৰ্থনৈতিক অনগ্ৰসৰতা,এলাৰ্ম আদি বিভিন্ন কাৰণত বহুলোকে মোবাইল ফোনটো নিজৰ গাৰুৰ তলত বা মূৰৰ শিতানত পৰ্যন্ত ৰাখিবলৈ কুণ্ঠাবোধ নকৰে।কিন্তু সেইয়া কিমানদূৰ গ্ৰহণযোগ্য এবাৰ ভাবিছে
Author: GTM Desk
Shehnaaz Gill is the talk of the town and so is ‘Bigg Boss 16’! In the new episode of the show, Shehnaaz grooved alongside Salman Khan on a romantic track from the latter’s film – ‘Dil Diya Gallan’. In a photo shared by the makers on Twitter, Shehnaaz and Salman
লাহে লাহে শীতকালৰ আগমন ঘটিছে৷ শীতকালত বহুতৰে ছাল তথা চুলিৰ সমস্যাই দেখা দিয়ে৷ অলপ সচেতন নহ’লে শীতকালত আপোনাৰ সৌন্দৰ্য ম্লান পৰিব পাৰে৷ শীতকালত ছাল-তথা চুলিৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ যদিও সৌন্দৰ্য ৰক্ষা গোলাপ-জলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আহকচোন গোলাপ-জলৰ উপকাৰিতাৰ বিষয়ে কিছু জানি লওঁ – আপুনি যদি দীৰ্ঘদিনীয়া উফিৰ
সামাজিক মাধ্যমতে হওক বা বন্ধুবৰ্গৰ মাজত শীতকাল সন্দৰ্ভত বিভিন্ন ধৰণৰ হাস্যৰসৰ কৌতুক প্ৰচলন কৰা দেখা যায়।কিন্তু আমাৰ অজ্ঞাতে কৌতুকবোৰে যে এক নিশ্চিত সত্যক দাঙি ধৰিছে সেইয়া জানো এবাৰ আমাৰ দৃষ্টি গোচৰ হৈছে..??? শীতকালত মাথোঁ ৪টা কৰণীয়ৰে ৰোধ কৰো আহক হাৰ্ট এটেকৰ দৰে মাৰাত্মক ৰোগক-পাব্লিক লাইব্ৰেৰী অৱ চায়েঞ্চ জাৰ্নেলত প্ৰকাশ হোৱা
আমি সকলোৱে জানো যে ঈশ্বৰ অলপতেই সন্তুষ্ট হয়। ভক্তসকলে যথাসাধ্য যি পাৰে ভগৱানক আগবঢ়াই দিয়ে আৰু তাতেই ভগৱান সন্তুষ্ট হয়। ভগৱানক আৰাধনা কৰাৰ পিছত তেওঁক ভোগ অৰ্পণ কৰাৰো প্ৰথা আছে। আৰু কোৱা হয়, প্ৰভুৱে সেই ভোগ আনন্দৰে গ্ৰহণ কৰে। কিন্তু খাদ্য দিয়াৰ ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম আছে, যিবোৰ সঠিকভাৱে পালন