Author: GTM Desk

বেছিকৈ মূলা খোৱাৰ ফলত শৰীৰত হ’ব পৰা সমস্যাসমূহ

বেছিকৈ মূলা খোৱাৰ ফলত শৰীৰত হ’ব পৰা সমস্যাসমূহ

শীতকালত মূলাৰ চালাড খাবলৈ সৰহসংখ্যক লোকে ভাল পায়। কিয়নো, শীতকালত মূলাৰ খেতি বেছিকৈ হয়। কেতিয়াবা মূলাৰ চালাড, কেতিয়াবা আচাৰ, কেতিয়াবা পাচলিত যোগ দি মূলা খোৱা হয়। মূলাত বহুতো ঔষধি গুণাগুণ আছে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। মূলা হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে উপকাৰী, কিন্তু অত্যাধিক মূলা খোৱাটো কেতিয়াবা শৰীৰৰ বাবে বিপদজনক