আয়ুষ্মান খুৰানাৰ বিপৰীতে ‘ভিকি ড’নাৰ’ত অভিষেক ঘটায় য়ামী গৌতমে। যদিও তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে বহু উত্থান-পতনৰ সন্মুখীন হৈছিল। পিছলৈ অৱশ্যে অভিনয় দক্ষতাৰ জৰিয়তে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ বিবাহ
Author: Shahnawaz Hamza
কেৰালা উচ্চ ন্যায়ালয়ে সোমবাৰে অসমৰ পৰা কেৰালালৈ গৈ শ্ৰমিক হিচাপে কাম কৰি থকা মহম্মদ আমিৰুল ইছলাম নামৰ এজন ৩০ বছৰীয়া যুৱকক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ পি বি সুৰেশ কুমাৰ আৰু
মোবাইল চাৰ্জ দিবলৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এজন লোকৰ। কৰিমগঞ্জৰ কাজিৰবজাৰ এলেকাত সংঘটিত হয় এই অঘটন। বিদ্যুৎস্পৃষ্ট হৈ স্বামীৰ মৃত্যুৰ সমান্তৰালভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে পত্নী। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু
ছিপাঝাৰৰ গৰুখুটি, ধলপুৰত পুনৰ উচ্ছেদ অভিযান। প্ৰায় ৬০০ পৰিয়ালক চলোৱা হৈছে উচ্ছেদ। প্ৰায় এক হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ কাৰণে এই অভিযান চলাইছে প্ৰশাসনে। পুনৰ গৰুখুটিত দৰং জিলা প্ৰশাসনৰ দ্বাৰা
স্বাস্থ্যই পৰম ধন। দেহ ভালে ৰাখিবলৈ দেহৰ যতন লোৱাটোও খুবেই প্ৰয়োজন। আমি প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰিব লাগে, খোজ কঢ়াৰ আছে এশ গুণ। এই অভ্যাসে আমাৰ শৰীৰক যথেষ্ট শক্তি দিয়ে।