Author: GTM Desk

শিল সাঁকোৰ উচ্ছেদ ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ এবছু, টিএমপিকে আৰু জনজাতীয় সংঘৰ

শিল সাঁকোৰ উচ্ছেদ ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ এবছু, টিএমপিকে আৰু জনজাতীয় সংঘৰ

শুকুৰবাৰে গুৱাহাটীৰ প্ৰশাসনৰ দ্বাৰা কৰা উচ্ছেদ অভিযান সন্দৰ্ভত শিল সাঁকো উচ্ছেদ ক্ষেত্ৰত এবছু, টিএমপিকে আৰু জনজাতীয় সংঘৰ সদস্যসকলে উচ্ছেদ কৰা লোকসকলৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰে।  

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

বুধবাৰে নিশা হাতীগাঁও অঞ্চলত এটা ভুৱা আন্তঃৰাষ্ট্ৰীয় কল চেণ্টাৰ উৎখাত কৰা হৈছে। চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি, মহানগৰ আৰক্ষীয়ে প্ৰযুক্তি বিক্ৰী কৰাৰ অজুহাতত আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন আৰু ইউৰোপীয় নাগৰিকসকলক প্ৰতাৰিত কৰাৰ অভিযোগত ‘অ’এ বিজনেছ ছলিউচন’ নামৰ কল চেন্টাৰটোত অভিযান চলায়। অৱশ্যে কোম্পানীটোৱে বিক্ৰী কৰা প্ৰযুক্তিবোৰ কি জানিব পৰা হোৱা নাই বুলি

Arunachal Pradesh: Landslides in Itanagar

Arunachal Pradesh: Landslides in Itanagar

Incessant rainfall has wreaked havoc in Arunachal Pradesh’s capital Itanagar. Massive landslides have struck the Ganga Basti area in Itanagar. Huge portions of houses were washed away in the landslide which took place last night. In another video captured from Ajing Colony near Polytechnic College in Itanagar. Residents of a

অহা ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

অহা ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা হৈছে বলীউডৰ আটাইতকৈ চৰ্চিত দম্পতি। দুয়োজনে প্ৰায়ে তেওঁলোকৰ জীৱনশৈলীৰ বাবে সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ থাকে। কিন্তু, শেহতীয়াকৈ দুয়োৰে বিষয়ে এক বিশেষ কথা প্ৰচাৰ হ’বলৈ ধৰিছে। বলীউডৰ এই বহু চৰ্চিত যুটিটোৱে চলিত বৰ্ষৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ২০১৯ চনত প্ৰেমৰ