Author: Shahnawaz Hamza

টকা পালে তিনি গগৈয়ে মোৰ পক্ষলৈ আহিব: বদৰুদ্দিন আজমল

টকা পালে তিনি গগৈয়ে মোৰ পক্ষলৈ আহিব: বদৰুদ্দিন আজমল

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী লোকসভা সমষ্টিতো অগপ, কংগ্ৰেছ আৰু AIUDFৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। গোৱালপাৰা চহৰৰ ময়লাপথাৰ বজাৰৰ সমীপৱৰ্তী মৰিয়মনগৰৰ গ্ৰীণ ভেলী ক্লাৱৰ খেলপথাৰত AIUDFৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ

নগাঁৱৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট প্ৰদান

নগাঁৱৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,১মে’:–নগাঁও চহৰৰ সমীপৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট (YELLOW BELT) পৰীক্ষাৰ বেল্টসমূহ বুধবাৰে প্ৰদান কৰা হয় । অনুষ্ঠানত অল নগাঁও ডিষ্ট্ৰিক্ট টাইকোৱানড’ এছ’চিয়েছনৰ সাধাৰণ সম্পাদক অংকুৰ বৰা, প্ৰশিক্ষণ ৰোহিত হৰিজন,কৌস্তভ জ্যোতি দাস, নীলোৎপল শইকীয়া,ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি দিগন্ত বৰুৱা উপস্থিত থাকে। বেল্ট পৰীক্ষাৰ

নগাঁৱত ডাছোৱানীৰ ৯জনৰ আগশাৰীৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ যোগ্যতা

নগাঁৱত ডাছোৱানীৰ ৯জনৰ আগশাৰীৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ যোগ্যতা

নিউজ ব্যুৰ’,নগাঁও,১মে’:–প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠন ডাছোৱানীয়ে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ধাৰাবাহিকতা অব্যাহত ৰাখিছে। শেহতীয়াকৈ ঘোষণা কৰা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা (JEE)ত শিক্ষাৰ্থীসকলে চলিত বৰ্ষটো সফলতাৰে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । শিক্ষা প্ৰতিষ্ঠানখনৰ ১০জন ছাত্ৰ-ছাত্ৰী ৰ ৯জনেই সফলতাৰে উত্তীৰ্ণ হৈ আগশাৰীৰ প্ৰতিষ্ঠানসমূহত নামভৰ্তি গ্ৰহণ কৰিবলৈ সক্ষম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিহু গ’লে বিনাবা কাক” শীৰ্ষক ব’হাগৰ এটা দিন উদযাপন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিহু গ’লে বিনাবা কাক” শীৰ্ষক ব’হাগৰ এটা দিন উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত “বিহু গ’লে বিনাবা কাক” শীৰ্ষক ব’হাগৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । এই উপলক্ষে বিশ্ববিদ্যালয়ৰ চৌহদত আয়োজিত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ প্ৰস্তুত কৰা বিভিন্ন থলুৱা খাদ্যাভ্যাস,সাজ-পাৰ,আ- অলংকাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ।