Author: Shahnawaz Hamza

অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ মুখেৰে কথা ক’ব নোৱাৰা হৰিশ চাংমা (২০) নামৰ যুৱক এজন যোৱা ৪ মাৰ্চত পুৱাৰ ভাগত কামৰূপ জিলাৰ ছমৰীয়াৰ পৰা সন্ধানহীন হৈ আছে ৷