Advertisement

Author: Shahnawaz Hamza

‘AIUDFৰ সকলো বিধায়কেই বাংলাদেশী’: দিগন্ত কলিতা

‘AIUDFৰ সকলো বিধায়কেই বাংলাদেশী’: দিগন্ত কলিতা

NRCৰ প্ৰসংগত বুধবাৰে বৰাকৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই অসমত এজনো বাংলাদেশী নাই তথা বদৰুদ্দিন আজমলে অসমৰ নেতৃত্ব লোৱাতো উজনি অসমৰ বুদ্ধিজীৱীয়ে বিচাৰে বুলি কৰা মন্তব্যৰ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ