Author: Shahnawaz Hamza

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Professor (8), Associate Professor