Author: Shahnawaz Hamza

মহানগৰীত এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ, আৰক্ষীৰ জালত বলাৎকাৰী

মহানগৰীত এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ, আৰক্ষীৰ জালত বলাৎকাৰী

মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। অভিযুক্ত লোকজন গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ বাবুল শৰ্মা।

বাঘক গো–মাংসঃ চিৰিয়াখানাৰ বাঘক ব্রিটেনিয়া দিম নেকি বুলি বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ কটাক্ষ

বাঘক গো–মাংসঃ চিৰিয়াখানাৰ বাঘক ব্রিটেনিয়া দিম নেকি বুলি বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ কটাক্ষ

অসম ৰাজ্যিক চিৰিয়াখানাত গো–মাংস নিষিদ্ধ কৰাৰ দাবীত কালি হিন্দু সুৰক্ষা সেনাকে ধৰি কেইবাটাও সংগঠনে প্রতিবাদ সাব্যস্ত কৰে৷ চিৰিয়াখানাৰ সন্মুখত কালি পুৱাৰ ভাগত গো–মাংস কঢ়িয়াই অনা বাহন আবদ্ধ কৰি হিন্দুত্ববাদী সংগঠনৰ

কেনে হ’ব ক’ৰোনাকালীন দুৰ্গাপূজা? পূজা কমিটী-পূজাৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কেনে হ’ব ক’ৰোনাকালীন দুৰ্গাপূজা? পূজা কমিটী-পূজাৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

ক’ৰোনাকালীন দুৰ্গাপূজাৰ সময়ত মানি চলিব লাগিব ক’ভিড প্ৰট’কল। আজি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলযোগে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গাপূজাত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে। স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই