Advertisement

Author: Shahnawaz Hamza

মন্দিয়া দিঘীৰপামৰ‌ ৰাস্তাৰ কাঠৰ দলং নিৰ্মাণত লেহেমীয়া

মন্দিয়া দিঘীৰপামৰ‌ ৰাস্তাৰ কাঠৰ দলং নিৰ্মাণত লেহেমীয়া

ছফিকুল ইছলাম: মন্দিয়া: যোৱা ফেব্ৰুৱাৰী মাহত মন্দিয়াৰ পৰা দিঘীৰ পামলৈ যোৱা ৰাস্তাত থকা কাঠৰ দলং খন মেৰামতি কৰাৰ কাম আৰম্ভ কৰে আৰু জলাশয়ৰ কাষেৰে এখন উপ ৰাস্তাৰ ব্যৱস্থা কৰি দিয়া