Author: Shahnawaz Hamza

মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ স্পন্দনৰ বিশেষ অনুষ্ঠান সম্পন্ন

মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ স্পন্দনৰ বিশেষ অনুষ্ঠান সম্পন্ন

অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদলৈ’-ৰ ১৪ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ দেওবাৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে