Author: Shahnawaz Hamza

পলাশবাৰীৰ ৰঙামাটিত হাতীৰ গছকত প্ৰাণ গ’ল অশোক দাসৰ

পলাশবাৰীৰ ৰঙামাটিত হাতীৰ গছকত প্ৰাণ গ’ল অশোক দাসৰ

অশোক দাস ৬০ বছৰীয়া।ছাগলীৰ পাত কাতিবলৈ গৈ মৃত্যুক সাবতিলে অশোকে। ৰঙামাটি ৩ নং মেধীপাৰাৰ নিবাসী আছিল অশোক দাস । দীৰ্ঘদিন ধৰি বৃহত্তৰ ৰঙামাটি অঞ্চলত চলি থকা বন্যহস্তীৰ উপদ্ৰৱত পৰিত্ৰাণ বিচাৰি