Advertisement

Author: Shahnawaz Hamza

নগাঁৱত পাকিস্তানী সদৃশ পতাকাকলৈ চাঞ্চল্য

নগাঁৱত পাকিস্তানী সদৃশ পতাকাকলৈ চাঞ্চল্য

হাফিদুৰ ইছলামৰ বাসগৃহৰ ওপৰত প্ৰত্যক্ষ হয় সেউজীয়া ৰঙৰ পাকিস্তানৰ পতাকা সদৃশ তিনিখনকৈ পতাকা। কলকাতাৰ পৰা কাঠৰ আলমিৰা বনোৱাৰ কাম কৰিবলৈ অহা মিস্ত্ৰী হামিদুলক লৈ অতিষ্ঠ হৈ পৰিছে নগাঁৱৰ সাধাৰণ জনতা।

বন্ধ নহয় এখনো স্কুল দাবী শিক্ষামন্ত্ৰী পেগুৰ

বন্ধ নহয় এখনো স্কুল দাবী শিক্ষামন্ত্ৰী পেগুৰ

‘কোনো বিদ্যালয় বন্ধ নহয়৷ বহনক্ষম ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়সমূহক একত্ৰীকৰণ কৰা হ’ব৷’ ৰাজ্যৰ ১১ হাজাৰ বিদ্যালয়ৰ একত্ৰীকৰণৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– ‘প্ৰায় ১১ হাজাৰ বিদ্যালয়ত

দুবছৰতে বিকল মহানগৰীৰ ফুটব্ৰীজ

দুবছৰতে বিকল মহানগৰীৰ ফুটব্ৰীজ

গুৱাহাটী মহানগৰীত পথচাৰীৰ সুবিধা হোৱাকৈ ৰাজকোষৰ কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছে এখনৰ পাছত এখন ফুটব্ৰীজ অৰ্থাৎ পদসেতু৷ অৱশ্যে ৰাজকোষৰ ধনেৰে অত্যাধুনিক পদসেতুসমূহ নিৰ্মাণ কৰিলেও প্ৰশাসনৰ গুৰুত্বহীনতা আৰু চাফ-চিকুণতাৰ অভাৱত

এইবোৰ খাদ্যত মাংসতকৈও বেছি আয়ৰন থাকে

এইবোৰ খাদ্যত মাংসতকৈও বেছি আয়ৰন থাকে

পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূৰ্ণ৷ সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব৷ আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ সেয়ে আয়ৰনৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ