জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জাগীৰোড বাইপাছৰ উৰণসেতুৰ তলত অৰ্তকিতে অভিযান চলাই এজন লোকৰ বেগৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷ধৃত সৰবৰাহকাৰীজন
Author: Shahnawaz Hamza
জিএমচিৰ পানী যোগান থকা সকলক জলবৰ্ডৰ পানীৰ সংযোগ ল’বলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীত পানী যোগান ধৰি আহিছিল গুৱাহাটী পৌৰ নিগমে ৷কিন্ত এতিয়াৰ পৰা মহানগৰবাসীৰ পানী
তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ মন্ত্ৰী গৰাকীয়ে নিশাটো কটাব দেৰগাঁৱত ৷ ১৫ মাৰ্চত দুপৰীয়া ভাগত শ্বাহে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন
ইউক্ৰেইনৰ স’তে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিলে ৰাছিয়াই অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। বুধবাৰে এই সতৰ্কবাণী দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে লগতে জনাই যে তেওঁৰ বিশেষ দূত ষ্টিভ উইটকফে
ক্ৰিপ্টো প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা এজন লিথুৱেনিয়ান ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় কেৰালাত ।আৰক্ষীয়ে জনোৱা মতে,গ্ৰেপ্তাৰ কৰা ব্যক্তিজন ক্ৰিপ্টো জালিয়াতিৰ অন্যতম ষড়যন্ত্ৰকাৰী।আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম