Advertisement

Author: Shahnawaz Hamza

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম, ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম, ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত

দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ৰাখী বন্ধনৰ বিশেষ উপহাৰ। হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম। ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত। সংবাদমেলত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট

নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট

নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট। পানবজাৰ, মালি গাঁও, উৰণ সেতু পৰিৱৰ্তে হ’ব লাগে ক্ৰমে পাণবজাৰ, মালিগাঁও আৰু উৰণসেতু।

দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত মালিগাঁও উৰণ সেতু

দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত মালিগাঁও উৰণ সেতু

নিৰ্মাণ সম্পূৰ্ণ উঠিছে মালিগাঁও উৰণ সেতুৰ। দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত উৰণ সেতুখন ৷ কাইলৈ অৰ্থাৎ 30 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন মুকলি কৰিব ৷ সন্ধিয়া 5

আলহী খাবলৈ ভিনিহিয়েকৰ ঘৰৰ পৰা চুৰি কৰি নিলে স্কুটী…

আলহী খাবলৈ ভিনিহিয়েকৰ ঘৰৰ পৰা চুৰি কৰি নিলে স্কুটী…

ভিনিহিয়েকৰ ঘৰত ফুৰিব আহি খুলশালিয়ে চুৰি কৰি লৈ গ’ল স্কুটি। উল্লেখ্য যে বিশ্বনাথৰ কুচগাঁও নিবাসি তথা বিশ্বনাথ নগৰৰ পাৰ্বতি দাহাল ফাৰ্ণিচাৰৰ স্বতাধিকাৰী ৰাজকুমাৰ দাহাল নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে