চন্দ্ৰজয়ৰ ঐতিহাসিক সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এইবাৰ সাজু হৈছে আন এক ইতিহাস ৰচনাৰ বাবে। ISROৰ মুখ্য কাৰ্যালয়ত সাজু কৰা হৈছে মহিলা ৰবট ব্যোমামিত্ৰ। এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে
Author: Shahnawaz Hamza
নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ কাণ্ডত স্তম্ভিত সকলো। বনকৰা মহিলাৰ গাত উতলা গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন চলাইছিল বিষয়াগৰাকীয়ে। এই ঘটনাৰ সন্দৰ্ভত অৱশেষত নাজিৰা আদৰ্শ আৰক্ষী থানাত
এইবাৰ সূৰ্যৰ অধ্যয়নৰ বাবে সাজু হৈছে । সম্ভৱতঃ ২ ছেপ্টেম্বৰৰ পৰা ইছৰোৰ সূৰ্য অধ্যয়ন আৰম্ভ হ’ব । সূৰ্য অধ্যয়ন কৰিব ইছৰোৰ আদিত্য-এল ১ মহাকাশযানে । আদিত্য-এল ১ মহাকাশযান বিশেষভাৱে নিৰ্মাণ
অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট! এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ।
ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাত এই নিৰ্দেশনা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ। ইপিনে ফেৰী সেৱা বন্ধ হোৱাত মাজুলী-নিমাতীঘাটৰ যাত্রীৰ