Advertisement

Author: Shahnawaz Hamza

AJP ত্যাগ কৰি BPFত যোগ দিলে কাষ্টম বসুমতাৰীয়ে

AJP ত্যাগ কৰি BPFত যোগ দিলে কাষ্টম বসুমতাৰীয়ে

অসম জাতীয় পৰিষদ ত্যাগ কৰিলে কাষ্টম বসুমতাৰীয়ে। লুৰীণজ্যোতি গগৈৰ সংগ ত্যাগ কৰি হাগ্ৰামা মহিলাৰীৰ বি পি এফত যোগ দিলে বসুমতাৰীয়ে। এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল কাষ্টম বসুমতাৰী।

এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলে আৰম্ভ কৰিছে প্ৰস্তুতি

এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দলে আৰম্ভ কৰিছে প্ৰস্তুতি

তাৰ অংশস্বৰূপে ভাৰতীয় ক্ৰিকেট দলে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত এক সপ্তাহজোৰা শিবিৰৰ আয়োজন কৰিব । য’ত এছিয়া কাপৰ নিৰ্বাচিত খেলুৱৈসকলে অংশগ্ৰহণ কৰিব । পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ক্ৰিকেটত

অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ জাৰি কৰিছে এই নিৰ্দেশনা

অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ পোছাকক লৈ জাৰি কৰিছে এই নিৰ্দেশনা

নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অধ্যাপিকাই চুৰিদাৰ পিন্ধিব পাৰিব। অধ্যাপিকাসকলে চেলৱাৰ, শাৰী, মেখেলা-চাদৰৰ লগতে জাতীয় সাজ-পোছাক পিন্ধাত বাধা নাথাকিব। পিছে পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত অধ্যাপিকাসকলে টি-চাৰ্ট, জিনছ, লেগিংছ আদি পিন্ধিব নোৱাৰিব

অমৰনাথ যাত্ৰাত অঘটন, ৩০০ ফুট তলত পৰি মৃত্যু ৫০ বছৰীয়া তীৰ্থযাত্ৰীৰ

অমৰনাথ যাত্ৰাত অঘটন, ৩০০ ফুট তলত পৰি মৃত্যু ৫০ বছৰীয়া তীৰ্থযাত্ৰীৰ

🔷 অমৰনাথ যাত্ৰাৰ পৰা ওভতাৰ সময়ত এই ঘটনা 🔷 উদ্ধাৰকাৰী দলে মৃত অৱস্থাত উদ্ধাৰ কৰে লোকজনক 🔷 মৃত তীৰ্থযাত্ৰীগৰাকী বিহাৰৰ বিজয় কুমাৰ শ্বাহ 🔷 বিহাৰৰ ৰোহতাথ জিলাৰ তুম্বা গাঁৱৰ বাসিন্দা

ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক :মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক :মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

‘ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স, ৰাজেন গোহাঁইক চাৰিবাৰ কৈ সাংসদ বনাইছে, এবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, ৰাজ্যিক দলৰ সভাপতি হৈছে, ইয়াতকৈ বেছি আশা কৰাতো ভূল