ছত্তীশগড়ৰ বিখ্যাত ইউটিউবাৰ তথা কৌতুক অভিনেতাজনে ৰায়পুৰত এটা ভিডিঅ’ শ্বুট কৰিবলৈ গৈছিল। তথ্য অনুসৰি, সোমবাৰে আবেলি প্ৰায় ৩ বাজি ৩০ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত পেটেলে পিলিয়নত যাত্ৰা কৰি
Category: Assamese News
চিৰাঙৰ কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বাপন বৰ্মন, গোলাপ চক্ৰৱৰ্তী। বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।
অসমৰ নেতা সকলক ‘শ্ৰীৰঘুপতি’ চাবলৈ আহ্বান বিধায়ক অখিল গগৈৰ
সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে আজি বৰাক বন্ধ৷ ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান কংগ্ৰেছ, BDFৰ। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধৰ আহ্বান৷
টীয়কৰ প্ৰতিবেদক ২৬ জুন /২৩ টীয়কৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীমুখ মেলেংচিগাত পানী পৰি সলিল সমাধি এজনৰ।প্ৰাপ্য তথ্য মতে বাবুল দাস নামৰ এজন ব্যক্তিয়ে মাছ ধৰিবলৈ জাঁজীনদী লৈ বুলি যাওতে