ঐতিহাসিক ডিগবৈৰ মেধাৱী ছাত্ৰ অনিৰ্বাণ চক্ৰৱৰ্তীয়ে আমেৰিকাৰ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয়- Texas A & M ত এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাৰ বাতৰিয়ে সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে । বিশ্ববিদ্যালয়খনত চলিত
Category: Assamese News
গোলাঘাট জিলাৰ মৰঙী শ্যামৰায়পুৰৰ বৰচালিত বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত এটা পৰিয়ালৰ ৰোহিত কুমাৰ নামৰ এজন ৮ বছৰীয়া শিশু নিহত হোৱাৰ লগতে শিশুটিৰ মাতৃ গীতা কুমাৰ আৰু পিতৃ সঞ্জীৱ কুমাৰো গুৰুত্বৰভাৱে
গ্ৰীষ্মকালত সাঁতোৰটো এক মজাৰ কথা। তীব্ৰ গৰমত আমি যেতিয়া ঠাণ্ডা পানীত সাঁতুৰিবলৈ যাওঁ তেতিয়া গোটেই শৰীৰটো সতেজ হৈ পৰে আৰু ইয়াকো শ্ৰেষ্ঠ ব্যায়াম বুলি গণ্য কৰা হয়। কিন্তু দেখা যায়
আকৌ মহানগৰীত জলবিস্ফোৰণ । পানীৰ পাইপ ফুটি বহুমিটাৰ ওপৰলৈ উঠিল পানী । পাইপৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ । কমাৰ্চ কলেজৰ সন্মুখত এই ঘটনা । সকলো ফালে কেৱল পানী আৰু
নিউজ ব্যুৰ’,নগাঁও,১০জুন:–কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী পেটবঢ়াৰ ধেমাজীৰ দুজন যুৱক যোৱা ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাৰ বাতৰিয়ে অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দেশ হৈ থকা যুৱক