▶জাগুনৰ নামফাই নৈত অঘটন▶নৈৰ বুকুত ৰীলছ বনাবলৈ গৈ মৃত্যু এজন ছাত্ৰৰ▶জাগুনৰ পাটকাই জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ নাম লিলো ভুজেল▶ঘৰ জাগুনৰ ৩নং উদাইপুৰত▶ঘটনাস্থলীত জাগুন আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত
Category: Assamese News
🔴 গুৱাহাটীৰ পাণবজাৰ ফেৰীঘাটত অঘটন🔴 মুখ ধুবলৈ ব্ৰহ্মপুত্ৰত নামি সন্ধানহীন কিশোৰ চাইকেলিষ্ট🔴 সন্ধানহীন কিশোৰজনৰ নাম আয়ুস চৌধুৰী, ঘৰ মহানগৰীৰ হাতীগাঁও চাৰিআলিত🔴 আজাৰাৰ পৰা কিশোৰজনে ঘূৰি অহাৰ পথতে সংঘটিত হয় এই
🔴সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি🔴সকলো বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা পাঠদানৰ নিৰ্দেশ🔴প্ৰাথমিক বিদ্যালয়ত ১২ বজালৈ, মাধ্যমিক বিদ্যালয়ত ১২.৩০ বজালৈ হ’ব পাঠদান🔴হাইস্কুলসমূহত দিনৰ ১ বজালৈ পাঠদানৰ নিৰ্দেশ প্ৰশাসনৰ
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা । এক কথাত কবলৈ গলে মৃত্যু উপত্যকাত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । উল্লেখযোগ্য যে পথ সম্প্ৰসাৰণৰ কাম অতি
গোসাইগাঁও ২ জুনঃ আন্তঃ ৰাষ্ট্ৰীয় মিলেট দিৱসৰ লগত সংগতি ৰাখি আজি গোসাইগাঁৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট’ দিৱস পালন কৰা হয়